দীপ্তি খুৰী, মই, কমলা আৰু মৰম

Bhargavjyoti

New Member
Joined
Jun 29, 2019
Messages
1
Reaction score
0
Points
1
Age
30
location
Guwahati
যিটো কাহিনী ক'বলৈ গৈ আছো তাৰ আৰম্ভণি সেইদিনাই হৈছিল যিদিনা দীপ্তি দাস মোৰ খুৰালৈ বিয়া হৈ আহিছিল ৷ খুৰাই বিয়া নকৰাওঁ নকৰাওঁ বুলি শেষত কৰাইছিল আৰু দুজনী ছোৱালীও জন্ম দিছিল ৷ কিন্তু বৈবাহিক জীৱনৰ যি দায়িত্ব, তাক সম্পূৰ্ণ পালন কৰিছিল বুলি ক'লে মিছা কোৱা হ'ব ৷ আৰু সেয়া হ'বই ৷ বিয়াৰ সময়ত খুৰাৰ বয়স চল্লিশ আৰু কুমলীয়া দিপ্তী খুৰী মাথো চাব্বিশ বছৰৰ ৷ মই হায়াৰ চেকেণ্ডেৰি পাছ কৰি উঠিছো মাত্ৰ ৷ কলেজীয়া জীৱনৰ জোছ্ ৷ বাইক চলাই, চিগাৰেট জলাই, ছোৱালী জোকাই ফুৰা দিন ৷ খুৰীৰ সৈতে প্ৰথমতে একো সম্পৰ্ক নাছিল ৷ কিন্তু কিয় জানো অনুভৱ কৰিছিলোঁ তেওঁ মোৰ সংগ বিচাৰে ৷ যৌৱনৰ প্ৰৱল উদ্যমত পাগল মই ৷ সেইবোৰ কথালৈ কাণষাৰ নাই ৷ বিএ পাছ কৰি এম বি এ কৰিলোঁ আৰু চাকৰিও ল'লোঁ ৷ বাইকৰ ঠাইত গাড়ী আহিল ৷ ধাবাৰ ঠাইত বাৰ যোৱা হ'লোঁ, হোটেলৰ ৰুমৰ ঠাইত ৱিকেণ্ডত মছাজ্ পাৰ্লাৰতে সেক্স কৰা আৰম্ভ হ'ল ৷ আৱেগৰ প্ৰতি গুৰুত্ব দি নাপালোঁ ৷ ছোৱালী বহুতো আহিল ৷ কিছুমান চাগে মোক লৈ চিৰিয়াচো আছিল ৷ কিন্তু ইমান মাথা কোনে মাৰে ৷ তৎসত্তেও ৰিংকি বুলি ৰেন্ডিজনীৰ লগত হোৱা সম্পৰ্কটোক উলাই কৰিব অৱশ্যে নোৱাৰোঁ ৷ সেই কাহিনী পিছত ক'ম ৷

একেসময়তে, খুৰা খুৰীৰ দুজনী ছোৱালী হ'ল ৷ খুৰী ছোৱালীৰ পৰা তিৰোতা হ'ল ৷ কিন্তু মুখৰ কমনীয়তা আতৰি নগ'ল ৷ খালী ওখ, শক্তিশালী খাজৰ দেহত অলপ অচৰপ মেদবহুলতাই দেখা দিলে ৷ পিয়াহ কেইটাই আগৰ মিডিয়াম, ষ্টিফ লুক এৰি ডাঙৰ মঙহাল হ'ল আৰু তপিনা দুখন লদোৰ পদোৰ হৈ পৰিল ৷ কোৱা বাহুল্য, আনৰ মাইকিৰ প্ৰতি নজৰ আগৰেই আছিল ৷ চুবুৰীয়া নবৌ তিনিজনীৰ লগত অবৈধ সম্পৰ্ক ৰখাই আহিছিলোঁ ৷ কিন্তু খুৰীক এই দৃষ্টিৰে চাব লাগে বুলি ভবা নাছিলোঁ ৷ তেওঁ বহুবাৰ প্ৰলোভ দিছিল যেনো বোধ হয় এতিয়া ৷ যেনে মোৰ আগতেই মেখেলা উঠাই পিছফালেৰে মূট এৰি আগফালে মোৰ লগত কথা কৈ থকা, মোৰ সম্মুখতেই নিজৰ কেচুৱাক পিয়াহ দিয়া, কঁকাল পিঠি মালিচৰ নামত নিজৰ পিঠি আৰু নিতম্ব প্ৰদৰ্শন ইত্যাদি ৷ তথাপি ইমানেই খোলা মেলা আৰু সৰল চিন্তা আছিল তেওঁৰ বিষয়ে যে কেতিয়াও অন্য ধৰণেৰে ভাবিয়েই নাপাইছিলোঁ ৷ যি হওঁক এতিয়াৰ চল্লিশ বছৰীয়া তেওঁৰ দেহৰ প্ৰতি কিয় জানোঁ মই আকৰ্ষিত হ'লোঁ ৷ হয়তো ৰেণ্ডি, কুমলীয়া ছোৱালী চুদি আমুৱাইছিল ৷

তাৰ মাজতে এদিন দেখিলোঁ খুৰী শুই আছে ৷ আৰু মেখেলা দাং খাই তপিনা ওলাই আছে ৷ আগফালে ব্লাউজ নাই ৷ চাদৰেৰে কোনোমতে ঢাক খাই আছে পিয়াহ দুটা ৷ চুলি আউলি বাউলি ৷ এখন হাতেৰে তলপেটত ধৰি আছে আৰু তেনেকৈয়ে টোপনি গৈছে ৷ গম পালোঁ খুৰাই চুদি গৈছে ৷ এই ভাটি বয়সত দেহাৰে নোৱাৰিলে খুৰাই ভায়েগ্ৰা লয় আৰু পাগলৰ নিচিনা খুৰীক চুদে ৷ সংগমৰ নামত খুৰীৰ ওপৰত হয় যৌন অত্যাচাৰ ৷ কেইবাদিনো ৰাতি খুৰীৰ চিঞৰ শুনিছোঁ ৷ কৰিব পৰাত একো নাই ৷ কি কৰিম ৷ মেৰিটেল ৰেপ বুলি আমাৰ মনত একো ধাৰণাই নাই ৷ যি কি নহওঁক, মই খুৰীক জগাই পানী এগিলাচ বাকি দিলোঁ ৷ তেওঁ কষ্টেৰে উঠি বহিল ৷ বহাৰ লগে লগেই চাদৰ খন খহি পৰা স্তনযুগল মোৰ চকুৰ আগত উন্মুক্ত হ'ল ৷ তেওঁ লৰালৰিকৈ আকৌ ল'বলৈ চেষ্টা কৰিওঁ নোৱাৰিলে ৷
"হ'ব দিয়া খুৰী ৷ লাজ কৰিব নালাগে ৷ মই হে ৷“ বুলি কৈ চাদৰ খন ভালকৈ তেওঁৰ গাত মেৰিয়াই দিলোঁ ৷ কিন্তু সুন্দৰ সেই স্তনযুগলৰ দৰ্শনে লিংগ থিয় নকৰাকৈ নাথাকিল ৷ তথাপিও সংযমী হৈ পানী গিলাচ খুৱাই দিলোঁ আৰু মুখখন মচি দিলোঁ ৷ অলপ সংজ্ঞা ঘুৰাই পাই খুৰীয়ে মোৰ গালত হাত থ'লে ৷ দেখিলোঁ চকুত চকুপানী ৷
“নেকান্দিবা ৷ কান্দিব নাপায় ৷“
“কন্দা নাইও ৷ তোলৈ মৰমহে লাগিছে ৷ নিজৰ মানুহটোৱে এইদৰে কুকৰনীৰ নিচিনা মৰিয়াই মাৰিয়াই এৰি গুচি গ'ল ৷ আৰু তই আহি মোৰ লাজকণ্ ৰখালি ৷ তোক মই কি ভাষা....“ কথাষাৰ শেষ কৰিব নোৱাৰিলে দীপ্তি খুৰীয়ে ৷ কান্দি মোৰ কান্ধতে মূৰ গুঁজি দিলে ৷ উপায়হীন হ'লোঁ ৷ লিংগ থিয় হৈ টনটনীয়া ৷ তথাপি খুৰীৰ মূৰত হাত বুলাই থাকিলোঁ ৷
“খুৰী"
“হুমম"
"উঠা ব্লাউজটো পিন্ধা ৷“
“অ'"
খুৰীক ব্লাউজটো মজিয়াৰ পৰা উঠাই হাতত দিলোঁ ৷ তেওঁ তিলমাত্ৰওঁ লাজ নকৰি মোৰ আগতেই নজৰ স্তনযুগল উন্মুক্ত কৰি সেইটো পিন্ধাত লাগিল ৷ মই চকু আঁতৰাব নোৱাৰিলোঁ ৷
“বাথৰুমলৈ যাওঁ ৰহ্ ৷" খুৰীৰ মাতত সম্বিত ঘুৰি আহিল ৷
“অ‘ উঠা" বুলি সোঁহাতখনত ধৰি থিয়া কৰাই দিলোঁ ৷"
"ও প্ৰভু...... " বুলি কেকাই খুৰি আকৌ বহি পৰিল আৰি তলপেটতো খামুচি ধৰিলে, " নোৱাৰিছো ৷ মৰিলোঁ দি মই ৷ আই ঐ৷"
খুৰীৰ অৱস্থা দেখি ভয় খালোঁ, মিছা নেমাতো ৷ উঠা 'বাৰি' আকৌ নামি গ'ল ৷ ভাবিলোঁ মূটিব পাৰিলে চাগে আৰাম পাব ৷
"খুৰী ৷ ৰখা মই লৈ গৈছোঁ ৷ প্ৰসাৱ কৰিব পাৰিলেহে ভাল পাবা অলপ মোৰ বোধেৰে ৷"
"অ মোৰো তেনেকুৱাই লাগিছে ৷ লৈ ব'ল কিবাকে" কেকাই কেকাই ক'লে তেওঁ ৷
খুৰীৰ সোঁহাতখন কান্ধৰ ওপৰেৰে আনি পথালিকৈ দাঙি ল'লোঁ ৷ ভাৰী আছিল ৷ তথাপি ওজন উঠোৱা অভ্যাস আছিল বুলিয়েই পাৰিলোঁ ৷ দাঙি লৈ গৈ বাথৰুমৰ মজিয়াত থিয় কৰাব চেষ্টা কৰিলোঁ ৷ কিন্তু তেওঁ কুঁজা হৈ ৰ'ল ৷
“বাবা বাবা"
"কোৱা খুৰী কি হ'ল ৷"
"মেখেলাখন কোচাই দে ৷ মোৰ পেচাব ওলাব ৷"
"ৰখা"
" জল্দি দে অ'"
এখন হাতেৰে তেওঁক বাওঁফালৰ পিয়াহটোৰ ঠিক তলেৰে তেতিয়াও মেৰিয়াই ধৰি ৰাখিছোঁ ৷ আনখনেৰে কোনোমতে মেখেলাখন কোচাই আনিলোঁ কঁকাললৈ ৷ খুৰী ৰ'ব নোৱাৰিলেও ৷ প্ৰসাৱৰ ধাৰ উৰুৰে বৈ গৈ কলাফুল পালে আৰু মজিয়াত হালধীয় প্ৰসাৱৰ ধাৰ ভৰিপটাৰ পৰা বৈ যোৱা দেখিবলৈ পালোঁ ৷
"খুৰী বহিব পাৰে নেকি চোৱা ৷ গোটেই মানুহজনীয়েই লেতেৰা হ'বা তুমি ৷"
কথা শুনি খুৰীয়ে ভৰি দুখন অলপ মেলি বহিবলৈ চেষ্টা কৰিলে আৰু কেঁকাই উঠিল ৷ হাতেৰে প্ৰসাৱদ্বাৰৰ ওপৰৰ নোম থকা অংশত ধৰিবলৈ চেষ্টা কৰিলে ৷ কিন্তু নোৱাৰিলে ৷ বুজিলোঁ বিষাইছে ৷ দ্বিধাবোধ নকৰি হাতৰ তলুৱাখন পথালিকৈ সেইখিনি ঠাইত থৈ হেঁচা মাৰি ধৰিলোঁ আৰু খুৰীক বহুৱাই দিলোঁ ৷ ৰঙচুৱা পেচাব সোসোৱাই ওলাবলৈ ধৰিল আৰু খুৰিয়ে মোৰ কান্ধতেই কামুৰি ধৰিলে ৷ মাইকী মানুহৰ সহ্যশক্তি অসীম ৷ প্ৰসাৱ ওলোৱা বন্ধ হ'লত গৰম পানী অলপ লৈ তেওঁৰ 'বুচ' খন আৰু প্ৰসাৱদ্বাৰ ধুৱাই দিলোঁ ৷ খুৰী লেবেজান হৈ পৰিছিল যদিওঁ কেঁকনি বন্ধ হৈছিল ৷ বিষ কমিছিল হ'বলা ৷ মাগত গৰম পানী লৈ 'বাল'খিনিত লাহে লাহে বাকী দিলোঁ ৷ খুৰীয়ে ভাল পালে চাগে ৷ শেষ হোৱাত হঠাতে ক'লে
" আকৌ অলপ দে ৷"
মই আকৌ দুই তিনি মাগ তেনেকৈয়ে লাহে লাহে বাকি দিলোঁ তেওঁৰ বুচত ৷ তাৰ পিছত তেনেকৈয়ে দাঙি আনি চকীত বহুৱাই দিলোঁ আৰু গামোচা এখনেৰে মচি দি কানি কাপোৰ থানথিত লগালোঁ ৷ খুৰীৰ চকুৰে দেখিলোঁ অনৰ্গল পানী বৈ আছিল ৷
"কি হ'ল খুৰী বিষ কমা নাই? মই সন্ধিয়া দৰৱ লৈ আহিম ৷ ভাল পাই যাবা ৷"
তেওঁ হাঁহিবলৈ যত্ন কৰিলে ৷ মই চকুপানী মচি গালত হাতখন থ'লো ৷ তেওঁ মোৰ হাতৰ ওপৰতে নিজৰ হাতখন থৈ মোৰ হাতখন আতৰাই আনি নিজৰ দুইহাতৰ মাজত ল'লে ৷
" মাইনাহঁত আহি নাই পোৱা ?"
"পাব খুৰী ৷ বাৰটা বাজিলহে ৷ আৰু দুঘন্টা আছে ৷ "
"ভাত হ'ল ?"
"কমলাই ৰান্ধি আছে ৷ হ'ব আৰু ৷ তুমি অলপ টিভি চোৱা ৷"
" ঠিক আছে" বুলি কোৱাত দীপ্তি খুৰীক নি ড্ৰয়িং ৰুমত বহুৱাই দিলোঁ আৰু টিভিটো চলাই দি পাকঘৰলৈ গ'লোঁ ৷

"ধৰণী কুট্টাই আজিও মাৰিছে ন তাইক?" কমলাই সুধিলে ৷
"হ'ব দে ৷ একো নক'বি ৷ তাক এদিন দিম ভালকে ৷ এতিয়া ক কি বনাইছ ৷" বুলি কৈ কমলাৰ 'কটি'ত টিপি দিলোঁ ৷ কমলা আমাৰ ঘৰৰ কাম কৰা মাইকী ৷ মোক সৰুৰে পৰাই ডাঙৰ কৰিছে ৷ বয়স পঞ্চাশমান হ'ব ৷ বিয়া নহ'ল ৷ পিছত ময়েই তাইৰ কুমাৰীত্ব হৰিলোঁ ৷ তেতিয়াৰ পৰা আজি প্ৰায় ছয় বছৰ ধৰি ঘৰত সময় সুবিধা মিলিলেই কমলাক চুদো ৷ নিৰস, শুকান কমলাৰ দেহৰ পৰিৱৰ্তন ঘৰৰ মানুহে লক্ষ্য নকৰাকৈ নাথাকিল ৷ শুকান, টান বক্ষযুগল এতিয়া মঙহাল ৷ পেটত চৰ্বীৰ লেপ পৰিল ৷ তপিনা নিপোটল হৈ স্পষ্টকৈ দুভাগ হ'ল ৷ শাৰী পিন্ধিলে নাচাই নোৱাৰি ৷ খুৰাই কেইবাবাৰো ধান্দা কৰিছিল ৷ কিন্তু মোৰ ভয়ত সাহস কৰা নাই ৷ বাকীবোৰে কমলাৰ আৰত খুৰাক সন্দেহ কৰিলেওঁ, খুৰাই ভালকৈ জানে কমলা ৰেণ্ডি কাৰ ৷ এতেকে পাংগা নলয় ৷ যি কি হওঁক কমলাই ধৰণী খুৰাৰ চকুপাৰিওঁ দেখিব নোৱাৰে ৷ তাইৰ মতে সি এটা "বাৰি নুফুটোতেই ফুটা বিচাৰি ফুৰা বিল্লা বলধ" ৷ এবাৰ মদৰ নিচাত কমলাক জবৰদস্তি কৰিব গৈ গুটিত ভাল গোৰো খাইছে ৷ তাৰ পিছত অৱশ্যেই মই দম দিছোঁ ৷ কিন্তু ধান্দা এৰা নাই ৷
“ইয়াৰ কুকুৰৰ বাৰিডালেই কাটি পেলাব নোৱাৰি নে?" কমলাই আক্ৰোশত ক'লে ৷
তেতিয়ালৈ মই তাইৰ শাৰী পেটিকোট উঠাই বুচত আৰু মোৰ বাৰিডালৰ আগত থু ঘঁহি আছোঁ ৷
" নোৱাৰি ৷ এদিনলৈ দীপ্তি খুৰীৰেই আকাল হ'ব ৷" মই ক'লোঁ
"অহ্ এতিয়া যেন তাই প্ৰতিদিনে বৰভোজ খাইছে ৷ হেৰ' ধৰণীৰ চুদাতকৈ তোৰহে তাইৰখন ধুৱাই দিয়াৰ আগ্ৰহ বেছি যি দেখিছোঁ ৷"
“লাহে ক ৷ শুনিব ৷"
"শুনিলে শুনক ৷ তাই পাতো পাতোকেই আছে ৷ তই হে..........“
কমলাৰ কথা বন্ধ হওঁক বুলিয়েই জোৰেৰে সুমুৱাই দিলোঁ বাৰিডাল তাইৰ বুচত ৷ তাই হাতেৰে নিজৰ মুখখন চেপি ধৰিলে ৷
“কি কৈ আছিলি? নকৱ কিয় ? ৰেণ্ডি কেলা ৷ কচু বেছি গৈছে তোৰ কমলা ৷ অলপ বেছিকৈ খজুৱাব লাগিব যি দেখিছো ৷“
মই জোৰে জোৰে চুদিব ধৰিলোঁ ৷ কমলাই কষ্ট পালে ৷ ফ'ৰপ্লে নকৰাকৈ বাৰি সুমুৱাই দিলে তাই দিগদাৰি পায় ৷ দেহৰ গঠন লোভনীয় হৈ থাকিলেওঁ ভিতৰি বয়স হৈছে ৷ বুচ ইমান সহজে পিচল নহয় ৷
তাই কোনোমতে মিঠাতেলৰ বটলটো আনি পিছলৈ আগুৱাই দিলে মোৰফালে ৷ মই বুজি পাই চুদা বন্ধ কৰিলোঁ ৷ কমলাই ঘনে ঘনে উশাহ লৈছে ৷
“এনেকৈ কৰিলে মই বেয়া পাওঁ ৷ অলপ চেলকি দিবি আগতে সদায় কওঁ ৷ তোৰে মোৰে বয়স একে নহয় ৷ টাইম লাগে মোক গৰম হওঁতে ৷"
“কিয়? পুতেৰৰ বয়সৰ ল'ৰাৰ চোদন খাবলৈ নিজইচোন আগুৱাই দিছিলি নিজৰ বুচ ৷ এতিয়া কিয় নোৱাৰ?" বাৰিডালত আৰু কমলাৰ বুচত তেল ঘঁহি ঘঁহি ক'লোঁ মই ৷
“ কি কৰিম অ‘ ৷ গোটেই জীৱন তোকেই তুলিলো নিজৰ বুলি ৷ নিজলৈ বুলি কি ৰখাওঁ? পুতেৰৰ বয়সৰ ল'ৰা? তোক এৰি মোৰ নিজৰ বুলিবলৈ পো আছে কোনোবা? মৰমতে দিলোঁ এৰি ৷ এতিয়া তই ধৰণীৰ লাইন লৈছ ৷" কমলাই হুমুনিয়াহ কাঢ়ি ক'লে কথাখিনি ৷ বেয়া লাগিল ৷ ব্লাউজৰ তলেৰে হাত সুমুৱাই পিয়াহ দুটা লাহে লাহে আদৰ কৰিলোঁ আৰু পিঠিৰ উন্মুক্ত অংশত ঘনে ঘনে চুমা খালোঁ ৷ বাৰিডালে বাৰে বাৰে তাইৰ বুচৰ সম্মুখ ভাগত খুন্দিয়াই থাকিল ৷ মই কমলাৰ কাণৰ লটি দুটা চুপিবলে ল'লোঁ ৷ তাইৰ মুখেৰে আৱাজ ওলাল ৷
"উমমমমমসসস.... উমমমমসসস"
" আৰাম পাইছ নে "
"অ আৰু অলপ দেৰি ৷ ব্লাউজডাল খুলি ল না ৷"
মই ব্লাউজৰ বুটামকেইটা খুলি ব্ৰাটো উঠাই দিলোঁ আৰু পিয়াহ দুটা টিপি টিপি নিপল্ কেইটা চিকুটি দিলোঁ ৷ কমলা লাহে লাহে গৰম হ'ল ৷ তাই সোঁহাতখন মোৰ মূৰৰ ওপৰেৰে উঠাই কাষৰীয়া হ'ল আৰু কাতৰ চকুৰে মোৰ চকুলৈ চালে ৷ ইংগিত বুজি মই সোঁ পিয়াহটো চুপিবলৈ ল'লোঁ ৷ তাই উত্তেজনাত কটিখন মোৰ বাৰিডালত ঘঁহিবলৈ লাগিল ৷ মই লাহেকৈ সুধিলোঁ
“আয়ামা, বেয়া পালা?"
কমলাই মোৰ ফালে চাই ওঁঠত মুখ গুঁজি দিলে ৷ আনক নিজৰ দেহটোৰ ফালে চাবও নিদিয়া মানুহজনীয়ে মই ওচৰলৈ গ'লে পেটিকোট দাঙি দিয়া কাৰণ আছে ৷ কাৰণ এই পৃথিৱীত ময়েই তাইৰ ল'ৰা, জীয়াই থকাৰ আশা ৷ মোৰ জন্মৰ সময়ত তাইৰ বয়স বিশ কি বাইশ ৷ মাৰ অফিচ যিদিমাৰ পৰা আকৌ আৰম্ভ হ'ল , কমলা সেইদিনাৰ পৰাই মোৰ আয়ামা হ'ল ৷ যিদিনাৰ পৰা তাইক চুদিবলৈ লৈছোঁ, তই বুলি মাতিছো, কমলা বুলি নাম কাঢ়িছো ৷ কিন্তু তাই খং কৰিলেই বা বেয়া পালেই অথবা চেক্স গৈ মূৰত ধৰিলে, যেতিয়াই 'আয়ামা' বুলি মাতো, কমলাই মৰমত পমি যায় ৷
“সুমুৱাই দিম নে আয়ামা?"
"দে অ' বাবা ৷ মোক এনেকৈ মাতিলে যে তোৰ কাৰণে জোনটোও লৈ আনিম যেন লাগে ৷ কিয়নো দেহৰ ভোকত তোৰ ডালকে ধৰিলোঁ! নমতাই হ'লি মোক মৰমত ৷"
"কি যে কোৱা ন ৷ গোটেই জীৱন চেক্সতেই মৰম বিচাৰিছোঁ ৷" লাহে লাহে বাৰিডাল কমলাৰ বুচত সুমুৱাই দি মই ক'লোঁ, "মৰমৰ নামত যদি চেক্স কৰিছোঁ তোমাৰ লগতেই কৰিছোঁ ৷ আৰু ইমান তুলি তালি মোক এনেকুৱা মৰদটো বনালা কিবাটো ফল তুমিওঁ পাব লাগে ৷ " গোটেই ডাল বাৰি লাহে লাহে তাইৰ বুচত সোমাই গ'ল আৰু অলপ লৰচৰ কৰি এডজাষ্ট কৰাই ল'লোঁ ৷
“হয় দে ৷ সেইবুলি নাম কাঢ়ি মতা কৰিব লাগে? তই আয়ামা বুলিলে বুকুখন কেনে লাগে মই হে জানোঁ ৷ নিজৰ ফুটাদি তোক নুলিয়াব পাৰোঁ ও বাবা ৷ কিন্তু মোৰ তেজত যে মই নিজই তোৰ গোন্ধ পাওঁ ৷ "
"পাবাই ৷ কিমান লিটাৰ মালপানী এৰিছো তোমাৰ বুচৰ ভিতৰত হিচাপ আছে ৷" মই তাইৰ পিয়াহ চেলেকি ক'লোঁ ৷
“অসভ্য" কমলাই পিছফাললৈ কটিখনেৰে হেচি দিলে, " লাজ নাপাৱ? পুলি থকাৰে পৰা সেইডাল ভলুকা বাঁহত তেল ঘঁহিছো ৷ এতিয়া দে লাহে লাহে ৷"
"সেইকাৰণেইটো ভলুকা বাঁহ হৈছে ৷ নিজৰ বুঢ়াকালৰ সম্বল নিজেই বনাই লৈছা আয়ামা ৷ " দুইটাই হঁাহি হাঁহি চুদাত ব্যস্ত হ'লোঁ ৷ বাৰিডাল বেছি বাহিৰলৈ নানি ভিতৰতেই ঘন ঘনকৈ চলাই আছোঁ আৰু কমলাৰ পিয়াহ কেইটা লাহে লাহে মালিচ কৰাৰ নিচিনাকৈ পিহি আছোঁ ৷ প্ৰায় দহ মিনিট হ'ল ৷ তেনেতে কমলাই মাত লগালে, "বাবা মোৰ ওলাব ৷"
কমলাই আগতেই কয় কাৰণ তাইৰ পানী ওলোৱা সময়খিনিত মই জোৰে জোৰে চুদাটো বিচাৰে ৷ প্ৰায়েই তেনে কৰিলে তাই সোসোৱাই পানী এৰে, মানে স্কুইৰ্ট কৰে ৷সেইখিনি সময় মই তাইৰ কটিৰ ফুটাত আঙুলি ভৰাই থ'ব লাগে ৷ কমলাৰ লগত সংগমৰ কৌশলবোৰ আচৰিত ৷ কিন্তু সুবিধা এয়েই যে তাই খোলা মেলাকৈ কয় কেনেকৈ কৰিব লাগে ৷
কমলাৰ কথা শুনি মই বাওঁহাতৰ মধ্যমা আঙুলিটো তাইৰ কটিত লাহে লাহে সুমুৱাই দিলোঁ আৰু চুদনৰ বেগ বঢ়ালোঁ ৷ কমলাই কিট্সেন টেবিলত কিলাকুটিৰে ভেজা দি মূৰটো নমাই দিলে আৰু কঁপি উঠিল ৷
"বাহ.....বা....দে ভালকে...."
"অ আয়ামা“
ক'বই নাপালোঁ ৷ প্ৰথমতে চিৰ চিৰ কৈ তিনি চাৰিবাৰ তাইৰ পানী গৈ কিটছেন টেবিলৰ তলৰ বন্ধ ড্ৰয়াৰকেইটাত পৰিল আৰু তাৰ পিছত তাই পাগলৰ দৰে জাঁপ দিবলৈ চেষ্টা কৰিলে ৷ অভিজ্ঞতাপুষ্ট মই তাইক বেছি লৰচৰ কৰিব নিদি জোৰকৈ সাবটি ধৰিলোঁ আৰু কটিত সুমুৱাই ৰখা আঙুলিটো জোৰে জোৰে লৰচৰ কৰাই থাকিলো ৷ এইখিনি সময় মোৰ কাৰণেও গুৰুত্বপূৰ্ণ কাৰণ এতিয়াই যদি ময়ো মালপানী এৰিব দিব নোৱাৰোঁ তেন্তে আকৌ গৰম কৰিব লাগব আয়ামাক ৷ তাৰ পিছতহে চুদিলে তাই ভাল পাব আৰু সহযোগ কৰিব ৷
খুব ঘনকৈ বাৰী ডাল কঁপাই চুদিলোঁ ৷ প্ৰায় চল্লিশ চেকেণ্ডমান পিছত কমলাৰ কঁপনি বন্ধ হ'ল ৷ দুৰ্ভাগ্যবশত: মোৰ মালপানী নোলাল ৷ বাৰিডাল হাতেৰে ধৰি আয়ামাই তাইৰ বুচৰ পৰা উলিয়াই আনিলে আৰু হাঁহি মাৰি মোৰ মুখৰ ফালে চালে ৷ মই কাতৰ দৃষ্টিৰে তাইৰ চকুলে চাই ক'লোঁ ," চুপি দিয়ানা আয়ামা ৷"
তাই হাঁহি মাৰি মোৰ গালত টিপি দিলে আৰু খুব গভীৰকৈ ওঁঠত চুমা খাই বাৰিডাল হাতেৰে অগাপিচা কৰি থাকিল ৷
"দিওঁ ৰহ্ ৷ কিন্তু তই নামাৰিবি ৷ মই চুপি উলিয়াই দিম ৷“
“তেনেকে ঘেন্টাও নোলায় ৷"
" হ'ব ডিঙিলৈকে নিম ৷ লাহে লাহে মাৰিবি ৷ সোনকাল কৰিবি খালী ৷ দীপ্তি আহি ওলাব ৷ দেৰি হ'ল ৷"
"হ'ব দিয়া৷ খুৰীৰ বুচৰ বিষ ভাল হোৱা নাই চাগে ৷"
কমলাই লাহে লাহে বাৰীডাল চুপিব ল'লে ৷ মোটা হোৱা কাৰণে অসুবিধা পায় ৷ কাৰণ তাইৰ মুখখন দীঘলীয়া কিন্তু ওঁঠযুৰি সৰু ৷
লাহে লাহে গোটেই ডাল সুমুৱাই লৈ তাই মোৰ কটিখনত হাতেৰে খামুচি ধৰি আগলৈ টানিলে ৷ বুজি পাই মই লাহে লাহে অগাপিচা কৰিলোঁ ৷ মাল আহি কণী পালে ৷
“আয়ামা মোৰ ওলাব ৷"
তাই বুজি পাই মোৰ পোকৰত আঙুলিৰে লাহে লাহে খুচৰি দিলে ৷ দুই তিনি চেকেণ্ড গ'ল ৷ তাৰ পিছতেই তীব্ৰবেগত মোৰ মালপানী ওলাবলৈ ধৰিলে ৷ কমলাই ৰখাব নোৱাৰিলে ৷ বাৰিডালে ডিঙিতেই খুন্দিয়াই থাকিল আৰু মালপানীসোপা তাইৰ পেটলৈ গ'ল ৷ বেছি পৰ তেনেকৈ লৈ থাকিব নোৱাৰি তাই উলিয়াই দিলে ৷আধাকাপমান মাল তাইৰ মুখৰ পৰা ওলাই মজিয়াত পৰিল ৷ তাই চিন্তা নকৰি মোৰ বাৰিডালকে চেলেকি থাকিল ৷ চাফা কৰি মালপানীসোপা খালে ৷
"সদায় কওঁ বুচতে উলিয়াই দিবি ৷ এইসোপা আকৌ চাফ কৰিব লাগিল ৷“
“তই দহ মিনিটো টিকিব নোৱাৰ মোৰ কি দোষ ৷"
“কি দোষ? এনেকৈ গাধৰ নিচিনা কোন ল'ৰাৰ মালপানী ওলায় চাই আহিবি ৷"
"মই আকৌ কিয় চাব যাম? তই গৈ চাই আহিবি ৷ চুদনো খাই আহিবি ৷“
“মৰা....যা দিপ্তীক ভাত বাঢ়ো বুলি ক গৈ ৷ মই চাফা কৰোঁ এইসোপা ৷"
মই হাফপেন্টটো পিন্ধি কমলাৰ তপিনাত থাপৰ এটা লগাই ঘুৰিলোঁ আৰু ঠাইতেই স্তম্ভ হৈ ৰ'লোঁ ৷
"কি চাই আছ? আৰু চুদিবি নেকি বালৰ ৷ যা মাত.....", কমলায়ো কথা শেষ কৰিবলৈ নাপালে ৷
পাকঘৰৰ দুৱাৰৰ কাষতে থিয়া হৈ থকা দীপ্তি খুৰী, মই আৰু অৰ্ধউলংগ কমলা আয়ামা তিনিওটো মূৰ্তিৰ নিচিনা ঠাইতে থিয় হৈ ৰৈ ইটোৱে সিটোক চাই থাকিলোঁ ৷

To be continued.
 

Kumar390

New Member
Joined
Jul 2, 2019
Messages
1
Reaction score
0
Points
1
Age
22
Hosa vakha re bujabo pora ny...... Aji loi k poha story keita r bhitorot aaitu best lagise........ Moza mane moza.... Next part loi roi asu.... Hunkale dibo
 

Users Who Are Viewing This Thread (Users: 0, Guests: 4)


Online porn video at mobile phone


நண்பனின் காதலி என்னுடன் கட்டிலில் 27विधवा बहिणीची सेक्सी मराठी कथाআব্বু আমাকে কুত্তা চুদাపద్మ లంజాయణంବାଣ୍ଡ ବିଆ ଗପ pdfजिस्म की जरूरतSex hd நக்குதல் videosடீச்சர் கொடுத்த காம சுகம்tamil chinna ponnu rape kathaikalమాహి (రే) .మరిది episode 21அண்ணி அண்ணன்கிட்ட குடுத்திடுங்க site:brand-krujki.ruமாடி வீட்டு மாலதி செக்ஸ்ಕನ್ನಡದ ದೇಸಿ ಕಾಮದ ಕಥೆಗಳುআপু এর ভোদাசுகுமாரி xxxসিমোনের প্যান্টি Tamil Akka thambi veragu vetta forest sex atoryஅம்மா அத்தை காமகதைचाची ने चाचा से चिल्ला चिल्ला कर चुदवाया सेक्स स्टोरीపుకు రుతుచక్రం సమయంలో దెంగుటgirl ko new ଚଡି ଗପ.comதங்கை கூதி ஐட்டி ஒல் கதைகள்भाभि को Sax करणे तरिके मराठि मेammavai. okka vantha nanban iravuசித்தி மகள் வாயில் என் பூல் பகுதி 21বপ আর মেয়ে জোর করে করা xxx sax.diwlodeवर्षा मामीला झवलेமாமானர்.மாமா.மாமா.பெருசு.வேண்டாம்.வேண்டாம்.வலிக்குது.கதைகள்kizhavi koothi nakkum vali pan kathaikal.in tamilMajdor neta zindabad hindi sex stories चाची बहुत ही चुद्दकर थीwww. Bangla মা বলে আজ পাহাড়ে যাবো Chaty.comBangla choti khineKambi kadakal ennu eppozhum part 4புண்டையில் ஓத்த கதைஅக்காவும் தங்கையும் லெஸ்பிsunny ଲେଓନେ xxx videoआई चा बदल्यात बाहीन सेक्स कथाTamilkamakathaigal Anni thoongumbodhu pundayai video eduthenపల్లవి పూకు పచ్చడి దెంగుడు కధలు.ఇన్boss.ne.chuti.mareeనన్ను దెంగండి రా బాబుমা আমার ধোনটা ব্যাথ্যা করছেTelugu sex stories of hema and vardiniती माझे गोट्या चोखत होतीNonveg bhaujiii sexxx hot new newsexstory com telugu sex stories E0 B0 85 E0 B0 AE E0 B1 8D E0 B0 AE E0 B0 97 E0 B1 81 E0 B0 B0 E0அக்காவிற்கு குழந்தை கொடுத்த தம்பிsobanam masalaseensఇంట్లో పని చేస్తూ సెక్స్ విడోస్solti ki jabardasti sex videoছোট ছোট দেবরদের বড় বড় বৌদি চোদার চটিবুছত ছুদা ছুদিমাকে চুদতে দেখলাম লুকিয়েनई शादी शुदा भाभी की चुदाई लाल लिप्सஅக்கா தம்பி கனவன் மணைவியாக காமகதைகள்Tamil adimai Maja Mallika bdsm storyகிராமத்து அக்குள் காமக்கதைமாமியார் marumagansexstoryJab pati nahi laute pardes se tab Jethne sex kahani Malayalam kambi sex foramMamanar kalla oozhu kathaiಕನ್ನಡ ಸಲಿಂಗ ಕಾಮಿ ಕಥೆಗಳುमजदूर वाली सोबत झवाझवीदूध पी कर पैसे चुकाये सेक्सी कहानीകാല് നക്കുന്ന അടിമAmma Pundai Kidhar Magan ool Kathaiस्कुल वाली लड्की चुदगईఆఫీస్ బాస్ తో 6 telugu boothu kathaluஅப்பாவின் சின்ன வீடூ காமகதைகள்मावशीला आई बनवले मराठी sex storiesWww. അമ്മയും ayalkar കമ്പി DESI CAHCHAI KI BOOR CAHUDAIआंटीला झवलेmitrani mala nagade keleAntarvasna मागुन लंड घासु लागलाKizhavi kambi kadhaநாய் மாதிரி நக்கு டிnewsexstory com tamil sex stories E0 AE 8E E0 AE A9 E0 AF 8D E0 AE AA E0 AF 81 E0 AE A3 E0 AF 8D E0முடங்கிய கணவருடன் வாழ்க்கை காம கதைபக்கத்துல ஆண்டியை ஓத்த கதைভোদা মারানিರತಿ ಕಥೆಗಳು